Breaking

নেপালৰ নতুন ১০০ টকীয়া নোটত অন্তৰ্ভুক্ত কৰা হ’ব বিবদমান ভূমিৰ মানচিত্ৰ…

0 66

নেপালৰ নতুন ১০০ টকীয়া নোটত অন্তৰ্ভুক্ত কৰা হ’ব বিবদমান ভূমিৰ মানচিত্ৰ।

অন্তৰ্ভুক্ত কৰা হ’ব লিপুলেখ, লিম্পিয়াধুৰা আৰু কালাপানীৰ মানচিত্ৰ।

নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালৰ সভাপতিত্বত অনুষ্ঠিত সভাত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত।

Leave A Reply

Your email address will not be published.