অনলাইন বাৰ্তা, ২০ ডিচেম্বৰ: সমগ্ৰ অসমৰ এক বৃহৎ সংখ্যক জনসাধাৰণে বসবাস কৰা লগতে, ৪০ লাখতকৈ অধিক সংখ্যক অনুসূচিত জাতি বসবাস কৰি আহিছে | অসমৰ অনুসূচিত জাতিৰ কেইবাটাও উপজাতি ভিতৰত অন্য এক বৃহৎ জনাজাত জনগোষ্ঠী হৈছে হীৰা, মৰিগাঁও জিলাৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন গাঁৱত সিচঁৰিত হৈ থকা হীৰা সম্পদায়ৰ লোকসকলক একতীত কৰি আৰ্থিক, শৈক্ষিক, সাংস্কৃতিক, ৰাজনৈতিক, সামাজিক উন্নয়নকে ধৰি বিকাশৰ বাবে আগন্তুক দিনত সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰা লক্ষ্যৰে আজি ২০/১২/২০২০ তাৰিখে, মৰিগাঁও জিলাৰ মৰিগাঁও নগৰৰস্থিত লক্ষ্মীনাথ বেজবৰুৱা একাডেমী পেক্ষাগৃহত পদিপ দাসৰ সভাপতিত্বত কেন্দ্ৰীয় সমিতি সভাপতি সৎৰাম হীৰা, কাৰ্যকৰী সভাপতি সুৰেশ দাস, সম্পাদক প্ৰধান ললিত হীৰা, লগতে সাধাৰণ সম্পাদক দ্বীপমনি হীৰা উপস্থিতঅনুষ্ঠিত হোৱা সভাখনত সৰ্ব সন্মতিক্ৰমে জিলা খনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰে দিব্য দাস, সাধাৰণ সম্পাদক দিপেন দাসকে ধৰি এখন ৩১ জনীয়া পূৰ্ণাংগ শক্তিশালী সমিতি গঠন কৰা হয় |
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !
- Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!
- Delhi Chief Minister : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়