Breaking

বাম্পাৰ অফাৰ : মাত্ৰ ১৯৪টকাত চিলিণ্ডাৰ !

0 2,085

পুৱাৰ ভাগতে আপোনালৈ এটা ভাল খবৰ লৈ আহিছো । আজিৰ দিনতোত আপুনি এটা চিলিণ্ডাৰ কিমান দামত ক্ৰয় কৰিছে । গুৱাহাটীত আজি এটা চিলিণ্ডাৰৰ দাম ৭৪৩ টকা । কিন্ত আপোনালৈ এটা বাম্পাৰ অফাৰ । ১৯৪টকাত এটা চিলিণ্ডাৰ । আচৰিত নহয়নে,  এটা বিশেষ প্ৰক্ৰিয়াৰে এই অফাৰ আপুনিও লাভ কৰিব পাৰে।

দৰাচলতে শেহতীয়াকৈ গ্ৰাহকসকলৰ বাবে এই বাম্পাৰ অফাৰ মুকলি কৰিছে অনলাইন পেমেন্ট কোম্পানী Paytmৱে । এই অফাৰৰ জৰিয়তে Paytmৰ যোগেদি যদি কোনো এজন গ্ৰাহকে চিলিণ্ডাৰ বুকিং কৰে তেন্তে সেই গ্ৰাহকজনে লাভ কৰিব পাৰে ৫০০টকাৰ কেছবেক। এই কেছবেকৰ সুবিধা লাভ কৰিবলৈ গ্ৰাহকে প্ৰথমে PaytMৰ জৰিয়তে Recharge & Pay Bills অপচনলৈ গৈ তাত থকা Book a cylinderত ক্লিক কৰিব লাগিব। ইয়াত গ্ৰাহকে পেমেন্ট কৰা পূৰ্বে FIRSTLPG প্ৰম কডো ভৰাব লাগিব।

Leave A Reply

Your email address will not be published.