আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ ১০০ প্লাচ লক্ষ্য আগত ৰাখি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বৈঠকত মিলিত হ’ব অসম গণ পৰিষদ, গণশক্তি আৰু প্ৰমোদ বড়োৰ ইউ পি পি এলৰ সৈতে। অহা ২৬ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ।
কিন্ত লক্ষণীয় কথাটো হল বিপিএফক একাষৰীয়া কৰিলে বিজেপিয়ে। ২০১৬ত দিছপুৰ দখলৰ বাবে বিজেপিয়ে মিত্ৰতাৰ হাত আগঢ়োৱা বিপিএফ দলক ৫ বছৰ সাশন চলোৱাৰ পিছত একাষৰীয়া কৰা হল । অমিত শ্বাহৰে অসম গণ পৰিষদ, গণশক্তি আৰু প্ৰমোদ বড়োৰ ইউ পি পি এল উপস্থিতিত হব লগা বৈঠকলৈ মতা নহল বিপিএফক । মিত্ৰ দলৰ সৈতে আলোচনাৰ পিছতে বিজেপিৰ ক’ৰ কমিটীৰ সৈতে বৈঠকত মিলিত হ’ব অমিত শ্বাহ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাসৰ সৈতেও হ’ব বিশেষ বৈঠক ৷ বৈঠকৰ পিছতেই অমিত শ্বাহে ৰাজ্যিক বিজেপিক ১০০ প্লাছৰ ফৰ্মূলা হাতত দি থৈ যাব।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়
- Animal Fat Used Laddu Prasadam: মন্দিৰৰ প্ৰসাদৰ লাড়ুক লৈ বিতৰ্ক! লাড়ুত জন্তুৰ চৰ্বি মিহলাই বুলি অভিযোগ এগৰাকী মুখ্যমন্ত্ৰীৰ
- Urinary Tract Infection: প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা, বিষ প্ৰস্ৰাৱ সংক্ৰমণৰ লক্ষণ!
- Father Killed Son: শিৱসাগৰত চাঞ্চল্যকৰ কাণ্ড! পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ
- Shri Shri Rudra Mahayagya: খানাপাৰাত শ্ৰীশ্ৰী ৰুদ্ৰ মহাযজ্ঞ- কামেশ্বৰী মহা আৰাধনাৰ সফল সামৰণি
- Swacchata hi seva: স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাবে অসমত ৩৫০০ গছপুলি ৰোপণ