Breaking

সাংবাদিক গৌতম হাজৰিকা নিৰুদ্দেশ

0 2,037

নিৰুদ্দেশ সাংবাদিক গৌতম হাজৰিকা । যোৱা শনিবাৰৰ পৰা নিখোজ হৈ আছে সাংবাদিক গৌতম হাজৰিকা । এটা ব্যক্তিগত খণ্ডৰ নিউজ চেনেলত কৰ্মৰত হাজৰিকা । ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণত যোৱাৰ পিছৰেই পৰা আজি পৰ্য্যন্ত সন্ধানহীন হৈ আছে সাংবাদিক গৰাকী । পত্নী বনানী দাসে দিছ্পুৰ আৰক্ষী থানাক সাংবাদিক গৰাকী সন্ধানহীন হৈ থকা ঘটনা অৱগত কৰিছে ।

কোনো লোকে যদি সাংবাদিক গৰাকীৰ সম্ভেদ পাই তেনেহলে 7086834103 নম্বৰট অৱগত কৰিবলৈ জনাইছে অনুৰোধ ।।

Leave A Reply

Your email address will not be published.