ৰাজ্যত সুৰা বিক্ৰী বৃদ্ধি কৰাৰ লক্ষ্যৰে আবকাৰী বিভাগৰ জাননী। প্ৰতিখন জিলাৰ সুৰা বিপণিক সুৰা বিক্ৰী বৃদ্ধিৰ নিৰ্দেশ আবকাৰী আয়ুক্ত জিতু দলেৰ।
মহানগৰীৰ প্ৰতিখন বিপণিলৈ মাহে ৩ হাজাৰ ৩১০ লিটাৰ বীয়েৰ বিক্ৰীৰো নিৰ্দেশ । আবকাৰী ৰাজহ ৪ হাজাৰ ৫০০ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ।
আবকাৰী ৰাজহ ৪ হাজাৰ ৫০০ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ।