কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত গুলীয়াগুলীত চোৰাং চিকাৰীৰ মৃত্যু… অসমমৃত্যু By দৈনন্দিন বাৰ্তা Last updated May 11, 2024 0 28 Share কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত গুলীয়াগুলী। অগৰাতলী বনাঞ্চলত সংঘটিত হৈছে এই ঘটনা । বনৰক্ষীৰ গুলীত এটা চোৰাং চিকাৰীৰ মৃত্যু। উদ্ধাৰ এটা থ্ৰী নট থ্ৰী ৰাইফল, ৩ জাঁই সক্ৰিয় গুলী। DEATH 0 28 Share