Breaking

মেঘালয়ৰ সদ্য অৱসৰী DGP এল আৰ বিষ্ণইৰ বিৰুদ্ধে গোচৰ…

0 40

মেঘালয়ৰ সদ্য অৱসৰী DGP এল আৰ বিষ্ণইৰ বিৰুদ্ধে গোচৰ । গাড়ীত ভুৱা নম্বৰ প্লেট ব্যৱহাৰৰ অভিযোগ বিষ্ণইৰ

বিৰুদ্ধে মেঘালয়ৰ এজন নিলম্বিত আৰক্ষীয়ে তৰিছে গোচৰ

জি কে লেংৰাই নামৰ নিলম্বিত আৰক্ষীজনে তুলিছে গোচৰ গোচৰ সন্দৰ্ভত সঠিক তদন্তৰ আশ্বাস মেঘালয় আৰক্ষীৰ

Leave A Reply

Your email address will not be published.