দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ৰঞ্জী ট্ৰফী ! বতৰৰ বিঘিনিৰ বাবে এই সিদ্ধান্ত BCCIৰ…

দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ৰঞ্জী ট্ৰফী। মেচৰ মাজৰ ব্যৱধান ৩-৪ দিনলৈ বৃদ্ধি।

বতৰৰ বিঘিনিৰ বাবে এই সিদ্ধান্ত BCCIৰ। ইফালে চি. কে. নায়ডু ট্ৰফীত নাথাকিব টছৰ ব্যৱস্থা।

আলহী দল ল’ব প্ৰথমে বেটিং-বলিং বাছনি কৰাৰ সিদ্ধান্ত। BCCIৰ এই সিদ্ধান্তৰ কথা জনালে সচিব জয় শ্বাহে।

Related Articles