বকোৰ লামপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ৭জন আঘাতপ্ৰাপ্ত… দুৰ্ঘটনা By দৈনন্দিন বাৰ্তা Last updated May 12, 2024 0 23 Share বকোৰ লামপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ৭জন আঘাতপ্ৰাপ্ত। আহতসকলক ততাতৈয়াকৈ GMCH লৈ প্ৰেৰণ। ACCIDENT 0 23 Share