৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পাছত জম্মু-কাশ্মীৰত নিৰ্বাচন। ভাৰতীয় জনতা পাৰ্টী(বিজেপি) শাসিত কেন্দ্ৰই ২০১৯ চনৰ আগষ্ট মাহত সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছত পূৰ্বৰ ৰাজ্যখনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন ২০২৪ বৰ্ষত।
শ্ৰীনগৰ লোকসভা আসনৰ বাবে প্ৰথমটো নিৰ্বাচন। শিয়া নেতা আগা ছৈদয় ৰুহুল্লাহ মেহদীৰ বিৰুদ্ধে অৱতীৰ্ণ PDP দলৰ আশ্ৰাফ মীৰ।