Breaking

অসুস্থ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো, GMCHত চিকিৎসাধীন…

0 114

অসুস্থ প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো, GMCHত চিকিৎসাধীন।

কিছু সময়ৰ পূৰ্বে বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে প্ৰাক্তন শিক্ষামন্ৰীগৰাকীক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয়।

প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়ো যকৃৎ, মধুমেহ, বৃক্ক আৰু হৃদৰোগত আক্ৰান্ত হৈ যোৱা এসপ্তাহে ৰঙিয়াৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এখনত চিকিৎসাধীন হৈ আছিল।

এতিয়া উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.