Breaking

ৰাতিপুৱা শুই উঠি নাচাব এই ৫ টা বস্তু! গোটেই দিনটো বেয়া হ’ব…

0 103

ৰাতিপুৱা শুই উঠি সকলোৱে ভাৱে আজি দিনটো ভালে ভালে যাওক, যাতে কোনো সমস্যাৰ সন্মুখীন হ’ব নালাগে। কোৱা হয় যে যদি আমি ৰাতিপুৱা ভাল কাম কৰো বা ভাল কিবা এটা দেখো তেতিয়া গোটেই দিনটো ভালে যায়। আনহাতে যদি আমি কিবা দুখৰ খবৰ শুনো বা কিবা বেয়া বস্তু দেখিবলৈ পাওঁ তেতিয়া গোটেই দিনটো বেয়া হৈ যায়। শাস্ত্ৰৰ মতে ৰাতিপুৱা সোনকালে সাৰ পোৱাৰ পিছত কিছুমান বস্তু দেখাটো অশুভ বুলি গণ্য কৰা হয়। ৰাতিপুৱা কি কি দেখিব নাপাই জানো আহক-

ৰাতিপুৱা সাৰ পোৱাৰ পিছত আইনালৈ চোৱাটো অশুভ। ইয়াৰ বাবে আপুনি নেতিবাচকতাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

ৰাতিপুৱা সোনকালে সাৰ পাই ভঙা মূৰ্তি চাব নাপাই। ইয়াৰ বাবে দিনটোৰ ভিতৰত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। আনহাতে ঘৰত কোনো ভঙা মূৰ্তি ৰাখিব নালাগে।

ৰাতি আহাৰ খোৱাৰ পিছত বাচন-বৰ্তন পাকঘৰত থোৱাৰ অভ্যাস আছে বহুতৰে। ৰাতিপুৱা লেতেৰা বাচন-বৰ্তন দেখাৰ ফলত আৰ্থিক অসুবিধাৰ সৃষ্টি হ’ব পাৰে। মাতৃ লক্ষ্মী অসন্তুষ্টি হয়।

ৰাতিপুৱা সাৰ পোৱাৰ পিছত বনৰীয়া জন্তুৰ ফটো চাব নালাগে। ইয়াৰ ফলত কাৰোবাৰ লগত কাজিয়াৰ সন্মুখীন হ’বলগীয়াও হ’ব পাৰে।

Leave A Reply

Your email address will not be published.