Breaking

সাৱধান! খালী পেটেৰে দিনটোলৈ ঘৰৰ পৰা বাহিৰলৈ যায় নেকি? সোনকালে হ’ব পাৰে ৰুগীয়া…

0 38

স্বাস্থ্যৰ বাবে ব্ৰেকফাষ্ট অতি গুৰুত্বপূৰ্ণ। অৱশ্যে বহুতেই মানুহে একেবাৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। কিন্তু ৰাতিপুৱা একো নোখোৱাতে আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতি কাৰক।

ৰাতিপুৱা খাদ্য খালেহে মগজুৰ বিকাশ হ’ব। আচলতে ব্ৰেকফাষ্ট কৰিলে মগজুত গ্লুক’জ পোৱা যায়, যি মগজুৰ সঠিক কামৰ বাবে প্ৰয়োজনীয়। ইয়াৰ ফলত স্মৃতিশক্তি বৃদ্ধি পায়।

ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলে ৰোগৰ সম্ভাৱনা কম হয়।

ৰাতিপুৱা স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট কৰিলে শৰীৰত হৰম’নৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত মেজাজ ভাল হৈ থাকে আৰু মানসিক চাপ কমে।

যিসকল লোকে ব্ৰেকফাষ্ট নকৰে তেওঁলোকে কামৰ সময়ত আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত অতিমাত্ৰা খাদ্য খাই। অতিমাত্ৰা খাদ্য খোৱাৰ ফলত শকত হোৱাৰো সম্ভাৱনা থাকে।

Leave A Reply

Your email address will not be published.