নিশা ছিপাঝাৰৰ দুমুনীচকীত ভয়ংকৰ চুৰিকাণ্ড।
গাঁৱখনৰ পিয়াৰ আব্দুল আজিজ নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই চুৰিকাণ্ড।
নিশা চোৰে দুটাকৈ আলমিৰা ভাঙি নগদ ধন, মোবাইল ফোন; সোণৰ আ-অলংকাৰ লুটি নিয়ে।
আনকি লোকজনৰ বাসগৃহৰ আন বহু সামগ্ৰী বিনষ্ট কৰি থৈ যায় চোৰৰ দলটোৱে।
ঘটনাক লৈ ভুক্তভোগী পৰিয়ালে ছিপাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।