CANNES Film festivalৰ ৰেড কাৰ্পেটত অসম কন্যা ৰিতীষা খাউণ্ড…

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰঙা কাৰ্পেটত অসম কন্যা।

অসমৰ নৱাগত অভিনেত্ৰী ৰিতীষা খাউণ্ডক দেখা গ’ল ৰেড কাৰ্পেটত।

‘কুকি’ নামৰ ছবিৰ প্ৰিমিয়াৰৰ বাবে উপস্থিত থাকে অভিনেত্ৰীগৰাকী।

চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকে ছবিখনৰ প্ৰযোজক জোনমণি দেৱী খাউণ্ডো।

পেলেই ৮ প্ৰেক্ষাগৃহত প্ৰদৰ্শিত হ’ল অসমীয়া পৰিচালকৰ এই হিন্দী ছবিখন।

২৮ জুনত ভাৰতৰ ছবিগৃহত মুক্তিলাভ কৰিব ছবিখনে।

Related Articles