বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ!
যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সালসলনি।
প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা ৮ বজাৰ পৰা দিনৰ ১২-৩০ বজালৈ।
মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদান পুৱা ৮ বজাৰ পৰা দিনৰ ১-০০ বজালৈ।
উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান পুৱা ৮ বজাৰ পৰা দিনৰ ১-৩০ বজালৈ।
জুনৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশনা।
অত্যধিক গৰমৰ বাবে যোৰহাট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে জাৰি কৰিলে নিৰ্দেশনা।