Breaking

মৰিগাঁৱৰ আহঁতগুৰি ৰে’ল গেটৰ সমীপত মালবাহী ট্ৰেইনে খুন্দিয়ালে এগৰাকী বিবাহিত মহিলাক…

0 30

মৰিগাঁৱৰ আহঁতগুৰি ৰে’ল গেটৰ সমীপত এগৰাকী বিবাহিত মহিলাক এখন মালবাহী ট্ৰেইনে খুন্দিয়াই থৈ যায়।


উক্ত ঘটনা সন্দৰ্ভত চাপৰমুখৰ ৰেল আৰক্ষী চকীৰ SI নয়ন বৰুৱা নেতৃত্বত আৰক্ষী এটি দল ঘটনাস্থলীত উপস্থিত হয়।


ঘটনাস্থলীত ৰে’ল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি সংগ্ৰহ কৰালৈকে মৃত মহিলাগৰাকীৰ চিনাক্ত কৰিবলৈ পৰা নাই।

Leave A Reply

Your email address will not be published.