Breaking

পূৰ্বতকৈ কিছু পৰিমাণে সুস্থ হৈ উঠিছে অভিনেতা শ্বাহৰুখ খান…

0 56

পূৰ্বতকৈ কিছু পৰিমাণে সুস্থ হৈ উঠিছে অভিনেতা শ্বাহৰুখ খান।

২৬ মে’ত IPLৰ ফাইনেল মেচত KKRক সমৰ্থন জনাবলৈ উপস্থিত থকাৰ সম্ভাৱনা। হিট ষ্ট্ৰোকত আক্ৰান্ত অভিনেতাগৰাকীৰ ভৰ্তি কৰোৱা হৈছিল আহমেদাবাদৰ কে ডি হাস্পতালত।

শ্বাহৰুখ খানৰ স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত জনালে KKRৰ সহ- স্বত্বাধিকাৰী জুহি চাওলাই।

Leave A Reply

Your email address will not be published.