লখিমপুৰৰ খেলমাটি থানাত আৰক্ষীৰ জিম্মাত থকা আর্চভ আলীৰ মৃত্যু…

লখিমপুৰৰ খেলমাটি থানাত অঘটন
আৰক্ষীৰ জিম্মাত থকা এজন লোকৰ মৃত্যু
নিহত লোকজন পশ্চিম চান্দমাৰিৰ আর্চভ আলী


মোবাইল চুৰিৰ গোচৰত অভিযুক্ত আছিল আর্চভ
বুধবাৰে সন্ধিয়া আৰ্চভক আটক কৰিছিল আৰক্ষীয়ে


থানাৰ ভিতৰতে হঠাৎ ঢলি পৰি মৃত্যু হয় আৰ্চভৰ
পৰিয়ালৰ দাবী- আৰক্ষীৰ প্ৰহাৰত মৃত্যু হৈছে আৰ্চভৰ

Related Articles