Breaking

বাবা কেদাৰনাথ ধাম দৰ্শন কৰি মহাদেৱৰ চৰণত ভক্তি অঞ্জলি আগবঢ়াই মন্ত্ৰী পীয়ূষ হাজৰিকাই…

0 23

আজি বাবা কেদাৰনাথ ধাম দৰ্শন কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

বাবা কেদাৰনাথ ধাম দৰ্শন কৰি মহাদেৱৰ চৰণত ভক্তি অঞ্জলি আগবঢ়াই মন্ত্ৰী পীয়ূষ হাজৰিকাই।

পৱিত্ৰ কেদাৰনাথ দৰ্শনৰ মঙ্গলময় ক্ষণত মন্ত্ৰীগৰাকীৰ সৈতে বিধায়ক জিতু গোস্বামী উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.