Breaking

আজি ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত IPLৰ দ্বিতীয়খন কোৱালিফায়াৰ মেচ…

0 36

আজি ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত IPLৰ দ্বিতীয়খন কোৱালিফায়াৰ মেচ।

সন্ধিয়া ৭.৩০ বজাত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল।

ৰাজস্থান ৰয়েলছ-ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত যুঁজখনৰ সমান্তৰালকৈ আজি ৰিয়ান পৰাগ আৰু ট্ৰেভিছ হেডৰ যুঁজ হ’ব।

অৰেঞ্জ কেপৰ তালিকাত বৰ্তমান ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থানত আছে ৰিয়ান পৰাগ আৰু ট্ৰেভিছ হেড। 

অসম সন্তান ৰিয়ান পৰাগৰ ওপৰত চকু থাকিব দেশবাসীৰ।

Leave A Reply

Your email address will not be published.