Breaking

অদম্য সাহস, কৰ্তব্যনিষ্ঠা আৰু বীৰত্বৰ প্ৰতীক মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ আজি পুণ্যতিথি…

0 45

অদম্য সাহস, কৰ্তব্যনিষ্ঠা আৰু বীৰত্বৰ প্ৰতীক মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ আজি পুণ্যতিথি।

আজি মহান সত্তাগৰাকীক পৱিত্ৰ পুণ্যতিথিত সশ্ৰদ্ধ স্মৰণ।

১৭৮৮ খ্ৰীষ্টাব্দৰ পৰা ১৮০৫ খ্ৰীষ্টাব্দলৈকে সুখ্যাতিৰে ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল এইগৰাকী মটক ৰজাই।

স্বৰ্গদেউ সর্বানন্দ সিংহই প্ৰতিষ্ঠা কৰা ৰাজ্যখনৰ নাম ‘বেংমৰা মটক ৰাজ্য’ আছিল।

মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ আজি ২২২ সংখ্যক পৱিত্ৰ পুণ্যতিথিৰ উপলক্ষে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত তিনিচুকীয়াত উলিওৱা হয় এক মটৰ চাইকেল ৰেলী।

Leave A Reply

Your email address will not be published.