Breaking

কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰথমগৰাকী ভাৰতীয় ৰূপে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ অনুসূয়া সেনগুপ্তাৰ…

0 109

অভিনন্দন জনাওক অনুসূয়া সেনগুপ্তা।

কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰথমগৰাকী ভাৰতীয় ৰূপে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিলে অনুসূয়া সেনগুপ্তাই।

দ্য ছেমলেছ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে আন চাৰ্টেইন ৰিগাৰ্ড ছেগমেণ্টত স্বীকৃতি।

২০০৯ চনত অঞ্জন দত্তৰ ছবি ‘মেডলি বেংগলী’ত সহযোগী চৰিত্ৰত অভিনয় কৰি অনসুয়াই নিজৰ কেৰিয়াৰ আৰম্ভ কৰা অনুসূয়াই কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰথমগৰাকী ভাৰতীয় ৰূপে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।

Leave A Reply

Your email address will not be published.