Breaking

তেজপুৰৰ জীয়াভৰলী নৈত গা ধুবলৈ গৈ নৈত কৰুণ মৃত্যু এজন ছাত্ৰৰ…

0 60

তেজপুৰৰ জীয়াভৰলী নৈত অঘটন। গা ধুবলৈ গৈ নৈত কৰুণ মৃত্যু এজন ছাত্ৰৰ। নিহত ছাত্ৰজন ডিব্ৰুগড়ৰ মিলন নগৰৰ কনচেং দত্ত।

কম্পিউটাৰ ছাইন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ ২য় ষাণ্মাসিকৰ ছাত্ৰ কনচেং।

বিয়লি সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল ছাত্ৰজন।

Leave A Reply

Your email address will not be published.