বঙাইগাঁৱৰ কোকিলা উত্তৰপাৰাৰ পৰা নকল সোণৰ নাওসহ পিতা-পুত্ৰক আটক… অপৰাধ By দৈনন্দিন বাৰ্তা Last updated May 27, 2024 0 49 Share বঙাইগাঁৱৰ কোকিলা উত্তৰপাৰাৰ পৰা জব্দ ৩খন নকল সোণৰ নাও। নকল সোণৰ নাওসহ পিতা-পুত্ৰক আটক। নজৰুল ইছলাম নামৰ লোকজনৰ পৰা জব্দ নকল সোণৰ নাওকেইখন। ঘটনা সন্দৰ্ভত নজৰুল ইছলামক গ্ৰেপ্তাৰ আৰক্ষীৰ। সোধা-পোছাৰ অন্তত পুত্ৰক মুকলি কৰি দিয়ে আৰক্ষীয়ে। ASSAMCRIME 0 49 Share