আপোনাৰ পাকঘৰত থকা এই ৫টা বস্তু ‘অমৃত’তকৈ কম নহয়! প্ৰতিদিনে খোৱাৰ আৰম্ভ কৰক…

ভাৰতীয় পাকঘৰত ব্যৱহাৰ কৰা বহুতো মছলা আৰু খাদ্য আচলতে বনৌষধি চিকিৎসাৰ বাবেও ব্যৱহাৰ কৰা হয়। এনে কিছুমান খাদ্যক অমৃতৰ দৰে বুলিও কোৱা হয়। এই সমূহে ভোক ভোক নিবাৰণ কৰাই নহয়, শৰীৰক সক্ৰিয় হৈ থাকিবলৈ আৰু সঠিকভাৱে কাম কৰিবলৈ পুষ্টিও প্ৰদান কৰে।

এই খাদ্য সমূহৰ বিষয়ে জানো আহকঃ

আমলখিত ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে আৰু ই শৰীৰৰ বিষমুক্তকৰণত সহায় কৰে। ইয়াৰ বাহিৰেও আমলখি খালে চকু সুস্থ হৈ থাকে আৰু বাৰ্ধক্যৰ প্ৰভাৱ ছালত কম দেখা যায়।

ঘিউে হজম শক্তি উন্নত কৰে, লগতে পুষ্টিকৰ পদাৰ্থ শোষণ বৃদ্ধি কৰে।

হালধি এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণৰ বাবে জনাজাত। ইয়াৰ নিয়মীয়া সেৱনে হজম শক্তি উন্নত কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰক বিষমুক্ত কৰে।

আয়ুৰ্বেদত মৌক প্ৰাকৃতিক অমৃত বুলি গণ্য কৰা হয়। ই শক্তি প্ৰদান কৰে, কাহ আৰু চৰ্দিৰ দৰে শ্বাস-প্ৰশ্বাসজনিত সমস্যা হ্ৰাস কৰে। লগতে ঘাঁ সোনকালে ভাল হোৱাত সহায় কৰে।

Related Articles