উত্তৰ গুৱাহাটীত জনকল্যাণ ছ’চাইটি আৰু সাংস্কৃতিক বিদ্যালয়, অসম আৰু আলোক প্ৰভঞ্জন ৱেলফেয়াৰ ছ’চাইটিৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন…

৫ জুন, আজি বিশ্ব পৰিৱেশ দিৱস।

উত্তৰ গুৱাহাটীত জনকল্যাণ ছ’চাইটি আৰু সাংস্কৃতিক বিদ্যালয়, অসম আৰু আলোক প্ৰভঞ্জণ ৱেলফেয়াৰ ছ’চাইটিৰ যুটীয়া উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন।

আলোক প্ৰভঞ্জন কাকতৰ সম্পাদক কুমুদ নাথে বিতৰণ কৰে গছপুলি।

Related Articles