নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনঃ মুখ্যমন্ত্ৰী… ৰাজনীতি By দৈনন্দিন বাৰ্তা Last updated Jun 6, 2024 0 29 Share নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে সম্পন্ন হ’ব পঞ্চায়ত পুনঃগঠন। এখন পঞ্চায়ত অন্তৰ্গত হ’ব এটা বিধানসভা সমষ্টি। ৩০ আগষ্টৰ ভিতৰত সম্পূৰ্ণ হ’ব পঞ্চায়ত পুনঃগঠন। ৰাজ্যিক কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ। ASSAMPanchayat elections 0 29 Share