Breaking

মোদী 3.0 চৰকাৰৰ শপত গ্ৰহণ

0 36

দেওবাৰে মোদী 3.0 চৰকাৰৰ শপত গ্ৰহণ, সন্ধিয়া ৭.১৫ বজাত অনুষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠান

মোদী 3.0 চৰকাৰৰ শপত গ্ৰহণ । দেওবাৰে সন্ধিয়া ৭.১৫ বজাত শপত গ্ৰহণ। ৰাষ্ট্ৰপতিয়ে পাঠ কৰাব শপত বাক্য
উপস্থিত থাকিব বহু কেইখন বিদেশী ৰাষ্ট্ৰপ্ৰধান
শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰণিল বিক্ৰমাসিংঘে।

নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা ।

মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জু।
ছিচিলিৰ উপ-ৰাষ্ট্ৰপতি আহমদ আফিফ।
মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ জুগনাথ।
তাজ পেলেচ, অবেৰয়, লালী পেলেচ, ITC মৌৰ্য।

ভূটানৰ ৰজা জেগমে খেচৰ নামগিয়াল ৱাংচুক।
বিভিন্ন ধৰ্মৰ প্ৰায় ৫০ গৰাকী ধৰ্মগুৰু।
পদ্ম বঁটা প্ৰাপকক আমন্ত্ৰণ।
অৰ্ধসামৰিক বাহিনীৰ ৫টা কোম্পানী।

Leave A Reply

Your email address will not be published.