১ম বি(1st BN ) এন এছ এছ বি (SSB)য়ে অসম ৰাজ্যিক ৰক্ত সঞ্চালন পৰিষদ, খানাপাৰাৰ সহযোগত বিশ্ব ৰক্তদাতা দিৱস পালন


১নং বি , এন এছ এছ বি সোণাপুৰৰ কমাণ্ডেণ্ট ১ম বি এন এছ এছ বি সোণাপুৰৰ কমাণ্ডেণ্ট সুনীল কৌশিকৰ নিৰ্দেশনাত অসম ৰাজ্যিক ৰক্তদাতা দিৱস, খানাপাৰা, গুৱাহাটীৰ সহযোগত শ্ৰী শ্ৰী মাধবদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ, ত “বিশ্ব ৰক্তদাতা দিৱস” পালন কৰে। এই অনুষ্ঠানত মাননীয় স্বাস্থ্য মন্ত্ৰী (অসম) শ্ৰীযুত কেশব মহন্ত, আৰু ডাঃ পি অশোক বাবু, আই এ এছ, অসমৰ আয়ুক্ত আৰু সম্পাদক, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অনুষ্ঠানত উপস্থিত থাকে।

১ম বি এন এছ এছ বি সোণাপুৰৰ কমাণ্ডেণ্ট সুনীল কৌশিক আৰু অন্যান্য বিষয়াসকলে বিশেষকৈ আগভাগ লয় ।

Related Articles