২০২৪ বৰ্ষৰ সাহিত্য অকাদেমিৰ শিশু-সাহিত্য আৰু যুৱ বঁটাৰ শিতানত পাঁচগৰাকী অসম সন্তান উজলি

বহু কালজয়ী তথা জনপ্ৰিয় গ্ৰন্থৰ প্ৰসিদ্ধ ৰচয়িতা শ্ৰীৰঞ্জু হাজৰিকা
বড়ো ভাষা-সাহিত্য চৰ্চা কৰি বিশেষ খ্যাতি অৰ্জা ভাৰ্জিন জেকোভা মৗসাহাৰী


নয়নজ্যোতি শৰ্মা, শ্ৰীসুতপা চক্ৰৱৰ্তী, ছেল্ফ মেড ৰাণী বড়োৱে যুৱ অকাদেমি লাভ কৰি নিজৰ লগতে জাতিটোৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে


DB NEWS ৰ তৰফৰ পৰা আটাইকেইগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ও শুভেচ্ছা জ্ঞাপন কৰিলে সামাজিক মাধ্য়মত ।

Related Articles