কোন হয় চিনিব পাৰিছে নে? আজি তেওঁলোকৰ বিবাহ বাৰ্ষিকী…

আজি মোহময়ী অভিনেত্ৰী গায়ত্ৰী মহন্ত আৰু মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ বিবাহ বাৰ্ষিকী।

আজিৰ দিনটোতে দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল।

বিবাহ বাৰ্ষিকী উপলক্ষে মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে কেইখন মান ফটোঃ

বৰ্তমান তেওঁলোক তিনিটি সন্তানৰ পিতৃ-মাতৃ।

Related Articles