আজি জামিন লাভ নকৰে অৰবিন্দ কেজৰিৱালে! ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় By দৈনন্দিন বাৰ্তা Last updated Jun 21, 2024 0 27 Share অৰবিন্দ কেজৰিৱালৰ জামিনত স্থগিতাদেশ। কেজৰিৱালৰ জামিন মঞ্জুৰ কৰাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ED। আজি মুকলি আকাশৰ তললৈ অহাৰ কথা আছিল কেজৰিৱাল। দিল্লীৰ সুৰানীতি কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। Arvind Kejriwal 0 27 Share