Breaking

ৰিলায়েঞ্চ জিঅ’ৰ আন এক সাফল্য…

0 72

ৰিলায়েঞ্চ জিঅ’ৰ আন এক সাফল্য। অসমত ৰিলায়েঞ্চ জিঅ’ৰ ব্ৰড বেণ্ড ছাবস্ক্ৰাইবাৰৰ সংখ্যা ২ লাখ অতিক্ৰম কৰিলে। ৰাজ্যত ২ লক্ষাধিক লোকে সুন্দৰভাৱে উপভোগ কৰিছে Jio Broad band আৰু Entertainment সেৱা। এপ্ৰিল ২০২৪ৰ বাবে এই তথ্য সদৰি কৰিছে ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষই। জিঅ’ৰ প্ৰতি গ্ৰাহকৰ বাঢ়ি অহা সমাদৰে অসম টেলিকম বজাৰত জিঅ’ক প্ৰভাৱশালী কৰি তুলিছে। এপ্ৰিল ২০২৪লৈ অসমত জিঅ’ৰ এই সেৱাৰ গ্ৰাহক হৈছে ২০৩,৪৭৬। ইয়াৰ জৰিয়তে জিঅ’ই অসমত ঘৰুৱা ব্ৰড বেণ্ড বজাৰত ৬১.৩ শতাংশ মাৰ্কেট শ্বেয়াৰ দখল কৰি বিশেষ আধিপত্য বিস্তাৰ কৰিছে।


অসমত ৰিলায়েঞ্চ জিঅ’ৰ বৃহৎ সাফল্য, জিঅ’ৰ ব্ৰডবেণ্ড ছাবস্ক্ৰাইবাৰৰ সংখ্যা ২ লাখ অতিক্ৰম
জিঅ’ই সমগ্ৰ দেশজুৰি নিজৰ সেৱা শক্তিশালী কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ২০২৪ চনৰ এপ্ৰিল মাহতে ৩৫৫,৯১৫ জন নতুন গ্ৰাহক সংযোজন কৰিছে জিঅ’ই।

Leave A Reply

Your email address will not be published.