পেৰিচ অলিম্পিকলৈ লাভলীনা বৰগোঁহাই…

পেৰিচ অলিম্পিকলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰিলে লাভলীনা বৰগোঁহাইয়ে।বহু খেলুৱৈয়ে ইতিমধ্যে প্ৰচেষ্টা কৰিছিল যদিও সকলোকে পিছ পেলাই পেৰিচ অলিম্পিকলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰিলে লাভলীনা বৰগোঁহাইয়ে।

অম্লান বৰগোঁহাই,হিমা দাস,শিৱ থাপা, সকলোৱে যথেষ্ট প্ৰচেষ্টা কৰিছিল অলিম্পিক গেমচৰ বাবে।কিন্ত মাত্ৰ এজন খেলুৱৈয়ে হে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হ’ল সেই গৰাকী হৈছে লাভলীনা বৰগোঁহাই.

Related Articles