NEET পৰীক্ষা সন্দৰ্ভত তদন্ত কৰিব CBIয়ে…

বিৰ্তকৰ আৱৰ্তত NEET পৰীক্ষা। NTAৰ মুৰব্বীক অপসাৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।জানিব পৰা মতে সমগ্ৰ ঘটনাটো তদন্ত কৰিবৰ বাবে হাতত লৈছে CBIয়ে।ইতিমধ্যে বিজেপিৰ নেতা অমিত মালব্য়ই ছ’চিয়েল মিডিয়া যোগে জানিবলৈ দিছে।


NEET-UGCৰ তদন্ত CBIয়ে কৰিব।কেন্দ্ৰীয় চৰকাৰে দেশৰ সৰ্ববৃহৎ পৰীক্ষাত স্বচ্ছতা বজাই ৰাখিবলৈ এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰিছে।

Related Articles