T20 বিশ্বকাপৰ SUPER-8ত আজি ভাৰতৰ তৃতীয়খন মেচ, অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব টীম ইণ্ডিয়া… ক্রীড়া-জগত By দৈনন্দিন বাৰ্তা Last updated Jun 24, 2024 0 19 Share T20 বিশ্বকাপৰ SUPER 8ৰ আজি ভাৰতৰ তৃতীয়খন মেচ৷ অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব ৰোহিত শৰ্মা বাহিনী৷ সন্ধিয়া ৮ বজাত ছেইণ্ট লুচিয়াত অনুষ্ঠিত হ’ব ৰোমাঞ্চকৰ মেচখন৷ আজিৰ মেচখনত জয়ী হ’লেই ছেমি ফাইনেলত প্ৰৱেশ কৰিব ভাৰতীয় দলে৷ sportsT20 World Cup 0 19 Share