June 24, 2024 আজি কামাখ্যাত অম্বুবাচী মেলাৰ তৃতীয়টো দিন… Share FacebookTwitterWhatsAppTelegramKooEmail আজি কামাখ্যাত অম্বুবাচী মেলাৰ তৃতীয়টো দিন। দেশ-বিদেশৰ হাজাৰ হাজাৰ ভক্তৰে ভৰি পৰিছে কামাখ্যা ধামত। ভক্তৰে উখল-মাখলৰ পৰিৱেশ নীলাচলৰ বুকুত। শনিবাৰে পুৱা ৮ বাজি ৪৩ মিনিটত প্ৰবৃত্তি। ২৫ জুনৰ নিশা ৯বাজি ১৯মিনিটত হ’ব নিবৃত্তি। Related Articles ছেটেলাইটৰ বাবে মাটি নালাগে, ৰাজ্য চলোৱাৰ সপোন দেখে:ভূপেন বৰাক কটাক্ষ মুখ্যমন্ত্ৰীৰ – SATELLITE দৈনন্দিন বাৰ্তা - March 13, 2025 Barpeta Holi 2025: হোলী গীতৰ সুৰত দ্বিতীয় বৈকুণ্ঠপুৰীৰ পৰিৱেশ বৰপেটা সত্ৰত দৈনন্দিন বাৰ্তা - March 13, 2025 বৰপেটাত দৌল মহোৎসৱআৰু হোলীগীত ।barpeta holi দৈনন্দিন বাৰ্তা - March 13, 2025