ৰাম মন্দিৰ নিৰ্মাণত বিসংগতি…

ৰাম মন্দিৰ নিৰ্মাণত বিসংগতি। বছৰৰ প্ৰথমজাক বৰষুণতে মন্দিৰৰ ছাদৰ পৰা নিগৰিল পানী।
উদঘাটন কৰা ৬মাহৰ পিছতেই ৰামলালাৰ মন্দিৰত বিসংগতিয়ে দেখা দিলে।

ৰাম মন্দিৰৰ ছাদত বৃহৎ ফাট মেলাৰ কথা প্ৰকাশ কৰিছে মন্দিৰৰ পূজাৰীয়ে। কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা ৰাম মন্দিৰত কিয় এনেধৰণৰ বিসংগতিয়ে দেখা দিলে বুলি প্ৰশ্ন উৎত্থাপন কৰিছে সকলোৱে। গৰ্ভগৃহৰ সন্মুখৰ মণ্ডপত ৪-৫ ইঞ্চি পৰ্যন্ত পানী।

Related Articles