সদনত এইদৰে দেখা গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীক…

অষ্টাদশ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত সদনত এইদৰে দেখা গ’ল প্ৰধানমন্ত্ৰী আৰু ৰাহুল গান্ধীক।

লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত ওম বিৰলা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীয়ে ওম বিৰলাক অধ্যক্ষৰ আসনলৈ লৈ যায়।

Related Articles