কাকজান ২৯ ডিচেম্বৰঃ যোৰহাট জিলাৰ টীয়ক বিধান সভা সমষ্টি কলিয়াপানী মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ মংগলবাৰে কলিয়াপানী মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত সাংগঠনিক কায্যৰ্নিবাহক সভা অনুষ্ঠিত হয়। কলিয়াপানী মহিলা মৰ্চাৰ সভানেত্ৰী নীলিমা বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে জিলা মহিলা মৰ্চাৰ বিষয়ববীয়া সকল মণ্ডলৰ মহিলা মৰ্চাৰ প্ৰভাৰী নিৰলা কলিতা মণ্ডলৰ উপসভাপতি দ্বীজেন বৰুৱা, সম্পাদক অভিজিৎ বৰুৱা, মণ্ডল মহিলা মৰ্চাৰ উপসভানেত্ৰী জ্যোতি দত্ত, ভাৰতী শইকীয়া বৰুৱা, সম্পাদিকা শেৱালি টাই, ৰাজ্যিক কায্যৰ্নিবাহক সদস্য সকল, জিলাৰ সদস্য – সদস্যা, মণ্ডলৰ বিষয়ববীয়া , মহিলা মৰ্চাৰ বহু কাৰ্যকৰ্তা সকল । লগতে বিভিন্ন বুথৰ পৰা মহিলা বুথবাহিনীৰ হৈ প্ৰায় শতাধিক মহিলা সদস্যা উপস্থিত থাকে ।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !
- Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!
- Delhi Chief Minister : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়