June 28, 2024 T20 বিশ্বকাপৰ ফাইনেল কাইলৈ, খিতাপৰ যুঁজত নামিব ভাৰত আৰু দক্ষিণ আফ্ৰিকা… Share FacebookTwitterPinterestWhatsApp T20 বিশ্বকাপৰ ফাইনেল হ’ব কাইলৈ। খিতাপৰ যুঁজত নামিব ভাৰত আৰু দক্ষিণ আফ্ৰিকা। খেলখনক লৈ অতি আশাবাদী ক্ৰিকেটপ্ৰেমী। আনহাতে কালি অনুষ্ঠিত খেলখনৰ প্লেয়াৰ অৱ দ্য মেচ খিতাপ অৰ্জন অক্ষৰ পেটেলৰ৷ অক্ষৰ পেটেলে লাভ কৰে তিনিটাকৈ উইকেট৷ Related Articles Football Tournament:গোৱালপাৰাত “মনোমহন দাস আৰু আৰ. আৰ. আহমেদ সোঁৱৰণী ফুটবল টুৰ্নামেন্ট-২০২৪” দৈনন্দিন বাৰ্তা - October 3, 2024 wrestling competition: ১৮-২০ অক্টোবৰত গুৱাহাটীত আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতা দৈনন্দিন বাৰ্তা - October 2, 2024 Durand Cup championsডুৰাণ্ড কাপৰ চেম্পিয়ন:কেৰালাৰ বিৰুদ্ধে দহ জনৰে খেলা নৰ্থ ইষ্ট ইউনাইটেডৰ ড্ৰ দৈনন্দিন বাৰ্তা - September 30, 2024