গুৱাহাটীত ফুটিল পুনৰ পানীৰ পাইপ অসমদুৰ্ঘটনামুখ্য-পৃষ্ঠা By দৈনন্দিন বাৰ্তা Last updated Jun 30, 2024 0 14 Share > গুৱাহাটীত ফুটিল পুনৰ জলব’ৰ্ডৰ পানীৰ পাইপ >জলব’ৰ্ডৰ পানীৰ পাইপ ফুটি গণেশগুৰিৰ পথটো হৈ পৰে জলমগ্ন >মহানগৰীৰ গণেশগুৰি-হেঙেৰাবাৰী লিংক ৰোডত ঘটিছে এই ঘটনা >পথটো জলমগ্ন হোৱাত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা guwahatiwaterpipebursts 0 14 Share