আজি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা লৈ ফোন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ এই কথা সামাজিক মাধ্যমযোগে জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।
![](https://www.dainandinbartagroup.in/wp-content/uploads/2024/07/8892bfae-a76b-418d-bddd-ec912fa027a6-634x1024.jpg)
এই ভয়াৱহ সংকটত সকলো প্ৰকাৰে ৰাজ্যবাসীক সহায় কৰাৰ আশ্বাস প্ৰধানমন্ত্ৰী মোদীৰ৷
Breaking