ডিব্ৰুগড়ত বানে জুৰুলা কৰা আৰ্তজনৰ কাষৰত লুৰীণজ্যোতি গগৈ…

বানে জুৰুলা কৰা ৮৮ নং ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত ১০ নং ৱাৰ্ডৰ পাঁচআলি, লোহাৰপট্টিৰ বানপীড়িত ৰাইজক বন্যাক্ৰান্ত ৰাইজক আহাৰ যোগান লুৰীণজ্যোতি গগৈৰ।

ইয়াৰউপৰিও কিঞ্চিত বান সাহায্য প্ৰদান লুৰীণজ্যোতি গগৈৰ৷

Related Articles