আজিৰে পৰা দাম বাঢ়িল ম’বাইল ৰিচাৰ্জৰ! কোনটো প্লেনত কিমান নিৰিখ…

আজিৰে পৰা দাম বাঢ়িল ম’বাইল ৰিচাৰ্জৰ।

বৃদ্ধি পালে JIO, AIRTEL, VODAFONEৰ প্ৰতিটো প্লেনৰ নিৰিখ।

Jioৰ গ্ৰাহকে পূৰ্বতকৈ কিমান টকা বেছি ভৰিব লাগিব জানি লওক-

১৫৫ টকাৰ প্লেনৰ দাম বৃদ্ধি কৰি ১৮৯ টকা কৰা হৈছে।

jioৰ ২০৯ টকাৰ প্লেনৰ দাম বৃদ্ধি কৰি ২৪৯ টকা কৰা হৈছে।

২৩৯ টকাৰ প্লেনৰ দাম বৃদ্ধি কৰি ২৯৯ টকা কৰা হৈছে।

২৯৯ টকাৰ প্লানৰ দাম ৩৪৯ টকা কৰা হৈছে।

৩৪৯ টকাৰ প্লেনৰ দাম বৃদ্ধি কৰি কৰা হৈছে ৩৯৯ টকা।

এই সকলো প্লেনৰ ভেলিডিটি হৈছে ২৮ দিনৰ।

Related Articles