আম আদমি পাৰ্টীত যোগদান কংগ্ৰেছৰ জেষ্ঠ নেতা ৰমেন বৰঠাকুৰৰ…

আম আদমি পাৰ্টীত যোগদান কংগ্ৰেছৰ জেষ্ঠ নেতা ৰমেন বৰঠাকুৰৰ।

আজি দিল্লীত আপৰ দিল্লীৰ মন্ত্ৰী তথা আপৰ জেষ্ঠ নেত্ৰী আতিষী মাৰ্লিন, উত্তৰ পূৱৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাৰ উপস্থিতিত আম আদমি পাৰ্টীত যোগদান কৰে কংগ্ৰেছৰ জেষ্ঠ নেতাগৰাকীয়ে।

Related Articles