নাজিৰা, শিমলুগুৰি আৰু চূণপোৰাৰ বিভিন্ন স্থানত দিখৌ নদীৰ বানৰ কবলত শ শ পৰিয়াল…

দিখৌ নৈৰ প্ৰবল বানপানীৰ কবলত নাজিৰা, শিমলুগুৰিৰ কেইবাখনো গাঁৱৰ শ শ পৰিয়াল।

ওপৰ নাজিৰা, দিখৌ পৰীয়া, তেতেলিগুৰি, লুঠুৰী গাঁও, লিকছন গাঁও, বালি গাঁও, মিছিং গাঁও, বাইলুং গাঁও, বগৰীগুৰি আদি অঞ্চলত প্ৰবল বানত হাজাৰ হাজাৰ লোক আক্ৰান্ত হৈছে।

Related Articles