ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব কেইৰ ষ্টাৰমাৰ, পদত্যাগ ঘোষণা প্ৰধানমন্ত্ৰী ঋষি সোনাকৰ…

ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচন ২০২৪ৰ ফলাফলে চৰকাৰৰ পৰিৱৰ্তনৰ বাৰ্তা দিছে। কনজাৰ্ভেটিভ পাৰ্টিৰ চৰকাৰৰ সলনি লেবাৰ পাৰ্টিয়ে শাসন কৰিবলৈ সাজু হৈছে। ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ব লেবাৰ নেতা কেইৰ ষ্টাৰমাৰ।

নিৰ্বাচনত পৰাজয় ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী ঋষি সোনাকৰ দল। পৰাজয় স্বীকাৰ কৰি পদত্যাগ ঘোষণা প্ৰধানমন্ত্ৰী ঋষি সোনাকৰ।

Related Articles